কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কঠীয়াkaṭhīẏāAdjective
একঠা ধৰা
measuring half a seer or one kaṭhā
- কঠীয়া-ধানNoun
কঠীয়াৰ অৰ্থে অৰ্থাৎ কঠীয়া গজাবলৈ থোবা ধান
paddy preserved for seedlings
- কঠীয়াতলিka.thi.ya.to.liProper Noun
নগাওঁ চহৰ পৰা 20 কিঃমিঃ দক্ষিণত অৱস্হিত এখন সৰু চহৰ ৷
A small town of Nagaon district, which is situated 20km. away towards the south.
- কঠীয়াতলীko.thi.ya.to.liMaterial Noun
ৰুবৰ নিমিত্তে গজোৱা ধানৰ পুলি থকা ঠাই ৷
a field where rice is grown for transplanting.
- কঠুবাkaṭhubāAdjective
কাঠৰ নিচিনা টান আৰু নীৰস
dry and hard like wood
- কঠোপনিষদ্kaṭhopaniṣadNoun
ব্ৰহ্ম-বিষয়ক তৰ্ক-বিতৰ্ক থকা এখন উপনিষদ।
- কঠোৰতাko.tho`.ro.taAbstract Noun
নিয়ম নীতি পালনত কঠিন হোৱা কাৰ্য্য।
The tough situations which require complete obedience or exact performance.
- কণkaṇaNoun
নিচেই সৰু অংশ; অতি ক্ষুদ্ৰ বস্ত্ত; বিন্দু
a small particle
- কণ বিলাহীkon bi.la.hiCommon Noun
এবিধ সৰু বিলাহী৷
A cherry tomato is a rounded, small fruited tomato thought to be an intermediate genetic admixture between wild currant-type tomatoes and domesticated garden tomatoes.
- কণ-জলকীয়াkaṇa-jalakīẏāNoun
এবিধ সৰু এনেই হোবা জলকীয়া; লঙ্কামৰিচ
a species of wild chilli
- কণবাপProper Noun
সৰু পুতেকক মৰমতে মতা নাম৷
a form of addressing the youngest son in tender terms.
- কণবাপুProper Noun
সৰু পুতেকক মৰমতে মতা নাম৷
a form of addressing the youngest son in tender terms.
- কণমাইProper Noun
A form of address for a small female child or a small girl.
- কণমানিkon.ma.niProper Adj.
আকাৰ বা পৰিসৰৰ ক্ষেত্ৰত গড় হিচাপতকৈ কম
Being below the average in size or magnitude.
- কণাkaṇāNoun
একণ; ক্ষুদ্ৰ অংশ; নিচেই অলপমান
a small particle
- কণা পদাৰ্থবিজ্ঞানko.na po.dar.tho.bi.gyanAbstract Noun
মৌলিক পদাৰ্থকণাৰ বিষয়ে অধ্যয়ণ কৰা পদাৰ্থ বিজ্ঞানৰ এটি শাখা৷
The study of the basic elements of matter and the forecasting among them. It aims to determine the fundamental laws that control the make-up of matter and the physical universe.
- কণা-বেহাkaṇā-behāNoun
লাভ নোহোবা বেহা বা বেপাৰ; অসাৰ্থক চেষ্টা
unprofitable trade or business; fruitless; endeavour
- কণা-মুনাkaṇā-munāNoun
চকুৰে নেদেখা বা নমনা হোবা অবস্হা; কণাৰ নিচিনা বুজিববা মনিব নোবৰা হোবা অবস্হা
state of being in blindness or ignorance
- কণা-মুৰিkaṇā-muriNoun
কোনফালে যাঁও, কোনফালে নেযাওঁ ভাবি বিতত হোবা অবস্হা; অগা-ভেটা লগা; বাট-ফেঁৰা লগা
state of being confused as to whoch way to proceed; bewilderment
- কণাকটাkaṇākaṭāNoun
বৰপেটা অঞ্চলৰ খেল-নাবত নাম লগাই দিওঁতা।