কঠীয়াতলি
ka.thi.ya.to.li
অৰ্থ
1.
নগাওঁ চহৰ পৰা 20 কিঃমিঃ দক্ষিণত অৱস্হিত এখন সৰু চহৰ ৷
A small town of Nagaon district, which is situated 20km. away towards the south.
সংজ্ঞাবাচক বিশেষ্য
2.
পথাৰত ৰোৱাৰ আগেয়ে ধান সিঁচি পুলি গঁজাবলৈ ব্যৱহাৰ কৰা থলি বা ঠাই
A bed where seedlings are grown before transplanting.
সংজ্ঞাবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ