কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
- অকৰ্মিষ্ঠo.kor.mis.toProper Adj.
কাম কৰিবলৈ এলাহ কৰা বা কাম কৰিব নিবিছৰা
disinclined to work
- অকৰ্ম্মকAdjective
কৰ্ম্ম নথকা; যেনে- অকৰ্ম্মক ক্ৰিয়া।
intransitive
- অকৰ্ম্মণ্যAdjective
কামৰ অযোগ্য; অকামিলা। কোনো কামত নহা
unfit for work; useless
- অকৰ্ম্মাAdjective
কাম কৰিব নোবৰা; নিষ্কৰ্ম্মা; অপাত্ৰ; এলেহুবা
incapable of doing anything, unskilful; idle
- অকৱতakawataAdjective
ষিটো কৰা হোবা নাই; অসম্পাদিত
undone; not made
- অকৱতকাৰ্যakawatakāryaAdjective
কাৰ্য্য সিদ্ধি কৰিব নোবৰা, কাৰ্য্য সিদ্ধি নোহাবা, সিদ্ধি নোপোবা
unsuccessful
- অকৱতকাৰ্য্যakawatakāryyaAdjective
কাৰ্য্য সিদ্ধি কৰিব নোবৰা, কাৰ্য্য সিদ্ধি নোহাবা, সিদ্ধি নোপোবা
unsuccessful
- অকৱতঘ্নakawataghnaAdjective
উপকাৰ মনা; উপকাৰ স্বীকাৰ বা স্মৰণ কৰা
grateful
- অকৱতজ্ঞakawatajñaAdjective
যি কৱতজ্ঞ নহয় বা উপকাৰ নেমানে; অগুণকাৰী; অশলাগী
ungrateful
- অকৱতদাৰakawatadāraAdjective
অবিবাহিত
a bachelor
- অকৱতীakawatīAdjective
কৱতী বা যোগ্য নোহোবা; অপটু; অকামিলা
worthless; unskilful
- অকৱত্ৰিমakawatrimaAdjective
কৱত্ৰিম বা কাল্পনিক নোহোবা; সঁচা; যথাৰ্থ; স্বাভাবিক; আচল
not fictitious; genuine
- অখণ্ডakhaṇḍaAdjective
নভগা-নিছিগা
unbroken
- অখণ্ড-মণ্ডলakhaṇḍa-maṇḍalaAdjective
সম্পূৰ্ণ গোলাকাৰ
completely circular
- অখণ্ডনীয়Adjective
খণ্ডন কৰিব নোববা; অকাট্য; , এবাব নোববা
irrefutable ; inevitable
- অখণ্ডিতakhaṇḍitaAdjective
বাক খণ্ডন কৰা হোবা নাই (দোষ, পাপ আদি); নুগ্পচোবা বা দূৰ নকৰা
unexpiated
- অখাজakhājaAdjective
খাবৰ অযোগ্য
not eatable
- অখাতিৰo.kha.tirProper Adj.
প্ৰয়োজন নোহোৱা বা কামত নলগা
without or no longer in need or requirement of
- অখাদ্যakhādyaAdjective
খাবৰ অযোগ্য
not eatable
- অখিলakhilaAdjective
নিখিল; সমস্ত; সমুদায়; গোটেই
whole; entire