← ফুৰি যাওক

অখণ্ডিত

akhaṇḍita

অৰ্থ

1.

বাক খণ্ডন কৰা হোবা নাই (দোষ, পাপ আদি); নুগ্পচোবা বা দূৰ নকৰা

unexpiated

বিণ.

2.

পূৰ্ণ; যেনে -"অখণ্ডিত সদা শুদ্ধ চৈতন্য শক্তিৰ বলে" (মা.)

full; perfect

বিণ.

3.

যাৰ খণ্ডন, ভগন বা পৰাজয় নাই

unconquerable

বিণ.

4.

নিশ্চয়; নিশ্চিত

certain

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অখণ্ডিত · অসমীয়া অভিধান