← ফুৰি যাওকঅখাজakhājaঅৰ্থ1.খাবৰ অযোগ্যnot eatableবিণ.সমাৰ্থক শব্দঅখাদ্য · akhādya2.খাবলৈ নোপোবা; খাবলৈ নিষিদ্ধforbidden as foodবিণ.সমাৰ্থক শব্দঅখাদ্য · akhādya3.খাবলৈ অযোগ্য বা নিষিদ্ধ বস্ত্ত।বি.সমাৰ্থক শব্দঅখাদ্য · akhādyaউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ