← ফুৰি যাওক

অকৰ্ম্মা

অৰ্থ

1.

কাম কৰিব নোবৰা; নিষ্কৰ্ম্মা; অপাত্ৰ; এলেহুবা

incapable of doing anything, unskilful; idle

বিণ.

সমাৰ্থক শব্দ

2.

কৰ্ম্মফল-ত্যাগী; নিষ্কামকৰ্ম্মী বি. অকৰ্ম্মী, অকৰ্মী কাম নকৰা লোক, কাৰ্যাহীন

one who does not work; one without employment

বিণ.

সমাৰ্থক শব্দ

3.

(পু. অ.) বেয়া কাম কৰা লোক।

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অকৰ্ম্মা · অসমীয়া অভিধান