← ফুৰি যাওক

অখাদ্য

akhādya

অৰ্থ

1.

খাবৰ অযোগ্য

not eatable

বিণ.

সমাৰ্থক শব্দ

2.

খাবলৈ নোপোবা; খাবলৈ নিষিদ্ধ

forbidden as food

বিণ.

সমাৰ্থক শব্দ

3.

খাবলৈ অযোগ্য বা নিষিদ্ধ বস্ত্ত।

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অখাদ্য · অসমীয়া অভিধান