অখণ্ড
akhaṇḍa
অৰ্থ
1.
নভগা-নিছিগা
unbroken
বিণ.
2.
পূৰ্ণ; অক্ষুণ্ণ; যেনে-অখণ্ড প্ৰতাপ; , ক্ৰি. বিণ. অখণ্ডে অক্ষুণ্ণভাবে।
undiminished
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ