কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সেবিতsebitaAdjective
পূজিত; আৰাধিত
worshipped; served
- সেব্যsebyaAdjective
পূজনীয়; সেবাৰ যোগ্য
to be worshipped
- সেমসেমীয়াxem.xe.mi.yaProper Adj.
অলপ পানী অথবা জলীয় অংশযুক্ত৷
Slightly wet or having moisture content.
- সেমেকাTransitive verb
পানী ছটিয়াই অলপকৈ তিয়া; জেকা
to damp; to moisten
- সেম্সেমীয়াsemsemīẏāAdjective
অলপ তিতা; জেকা; যেনে-"কাপোৰখন সেমসেমীয়া হৈ থাকিল"
moist
- সেলেক-পেলেকseleka-pelekaAdjective
আট নোখোবা; ঢিলাকৈ বন্ধা
not tight; loosely tied
- সেলেকাselekāAdjective
আট নোখোবা; ঢিলাকৈ বন্ধা
not tight; loosely tied
- সেলেকা-দঁতাselekā-dam̐tāAdjective
সেৰেঙা দাঁত থকা
having wide apart teeth
- সেৰসেৰীয়াxer.xe.riyaProper Adj.
ৰসাল হোৱাৰ নিমিত্তে সোৱাদ নথকা|
Lacking taste or flavour or tang.
- সেৰীয়াserīẏāAdjective
এসেৰ ধৰা; এসেৰ জোখৰ; এসেৰ গধুৰ
holding one seer; weighing one seer
- সেৰুবাserubāAdjective
তিৰোতা-সেৰুবা।
- সেৰেকাserekāAdjective
পনীয়া; পানীৰ ভাগ বেছি থকা
watery
- সেৰেঙাsereṅāAdjective
মাজে মাজে সুৰুঙা বা বিন্ধা থকা; পাতল; ঘনকৈ নোবোবা (কাঠী, কামীৰ বস্ত্ত)
thin; not woven closely; having interstices
- সেৰেপাserepāAdjective
ঢিলা-পকীয়া, বাটোঁতে ভাল পাক নোলোবা
not well twisted (said of a rope or string)
- সেৰেপা গুণীয়াxe.re.pa gu.niyaProper Adj.
ভালকৈ পাক নোখোৱা, ঢিলা পকীয়া । ( জৰীত খাটে )
Not well twisted, said of rope or string.
- সেৰেপা-গুণীয়াserepā-guṇīẏāAdjective
ঢিলা-পকীয়া, বাটোঁতে ভাল পাক নোলোবা
not well twisted (said of a rope or string)
- সেৰেলাserelāAdjective
নিস্তেজ আৰু চেঁচা; উম নথকা
bloodless and cold; having no warmth
- সেৰ্সেৰীয়াserserīẏāAdjective
পনীয়া; সেৰেকা; ৰস বেছি হোবাত সোবাদ নথকা
tasteless from being excessively juicy
- সেৱকxe.wokCommon Noun
আহাৰ বা পানীয় পৰিৱেশন কৰা লোক; (টেনিছ খেলত) বলটো প্ৰথমে প্ৰতিপক্ষলৈ মাৰি পঠিওৱা খেলুৱৈজন; খাদ্য বা পানীয় পৰিৱেশন কৰিবলৈ ব্যৱহৃত সঁজুলি বা হেতা; আনৰ বিৰুদ্ধে মোকৰ্দ্দমা চলোৱা ব্যক্তি
one that serves food or drink; the player who serves (as in tennis); something used in serving food or drink; one that serves legal processes upon another
- সেৱকীxe.wo.kiVerbal Adj.
যি (ভগবান বা আন দেৱ-দেৱীৰ) পূজা বা অৰ্চ্চনা কৰে ৷
one, who worships, i.e. shows profound religious devotion and respect to (God, gods, godesses etc.).