← ফুৰি যাওক

সেৰেকা

serekā

অৰ্থ

1.

পনীয়া; পানীৰ ভাগ বেছি থকা

watery

বিণ.

2.

অতি পনীয়া হোবাত সোবাদ বা চোক নথকা

tasteless

বিণ.

3.

ধাৰ পৰা; কম চোকা; বটুবা

not sharp; blunt

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ