← ফুৰি যাওক

সেলেক-পেলেক

seleka-peleka

অৰ্থ

1.

আট নোখোবা; ঢিলাকৈ বন্ধা

not tight; loosely tied

বিণ.

সমাৰ্থক শব্দ

2.

ঢিলা; টান কাম কৰিব নোবৰা (মানুহ)

delicate; not hardworking

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ