সেৱক
xe.wok
অৰ্থ
1.
আহাৰ বা পানীয় পৰিৱেশন কৰা লোক; (টেনিছ খেলত) বলটো প্ৰথমে প্ৰতিপক্ষলৈ মাৰি পঠিওৱা খেলুৱৈজন; খাদ্য বা পানীয় পৰিৱেশন কৰিবলৈ ব্যৱহৃত সঁজুলি বা হেতা; আনৰ বিৰুদ্ধে মোকৰ্দ্দমা চলোৱা ব্যক্তি
one that serves food or drink; the player who serves (as in tennis); something used in serving food or drink; one that serves legal processes upon another
জাতিবাচক বিশেষ্য
2.
যি (ভগবান বা আন দেৱ-দেৱীৰ) পূজা বা অৰ্চ্চনা কৰে ৷
one, who worships, i.e. shows profound religious devotion and respect to (God, gods, godesses etc.).
কৃদন্ত বিশেষণ
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ