← ফুৰি যাওক

সেৰ্সেৰীয়া

serserīẏā

অৰ্থ

1.

পনীয়া; সেৰেকা; ৰস বেছি হোবাত সোবাদ নথকা

tasteless from being excessively juicy

বিণ.

2.

জেকা; চেঁচা; যেনে-"সেৰ্সেৰীয়া বতৰ"

damp; cold

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ