কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সুকুমাৰsukumāraAdjective
নিচেই কোমল বয়সৰ
very young; of tender age.
- সুকৃতীxu.kri.tiProper Adj.
যি আইন-কানুন, নীতি-নিয়ম মানি চলে৷
refers to a person who adheres to the morals, laws of the land
- সুকোমলsukomalaAdjective
অতি কোমল; বৰ ঢিলা; বৰ নৰম
tender; soft.
- সুকৌশলীxu.kou.xo.liProper Adj.
কোনো কাম কৰিব পৰা জ্ঞান আৰু কুশলতা থকা
able to carry out a task efficiently
- সুক্ষ্মাতিসুক্ষ্মxukh.maa.ti.xukh.moProper Adj.
বৰ সৰু বা অতি ক্ষুদ্ৰ
very delicate; very fine/small
- সুকৰsukaraAdjective
উজু; ঢিলা; সহজে কৰিব পৰা
easy; practicable.
- সুখ-সাধ্যsukha-sādhyaAdjective
অনায়াসে কৰিব পৰা; সহজ
easily accomplishable.
- সুখকৰsukhakaraAdjective
সুখজনক; সুখদায়ক; আনন্দকৰ; স্ত্ৰী. সুখকৰী। সুখদায়ক [সং.] বিণ. সুখকৰ; স্ত্ৰী. সুখদায়িকা, সুখদায়িনী।
pleasant. ; causing happiness.
- সুখদায়কxukh.da.yokVerbal Adj.
সুখ দিব পৰা বা সুখী কৰিব পৰা
causing happiness; capable to make happy
- সুখভাগীsukhabhāgīAdjective
সৌভাগ্য-যুক্ত; সুখী
fortunate; happy.
- সুখাবহsukhābahaAdjective
সুখদায়ক।
- সুখাভিলাষীsukhābhilāṣīAdjective
সুখাৰ্থী; সুখ বিচৰা; সুখ-বাঞ্ছাকাৰী; স্ত্ৰী. সুখাভিলাষিণী। সুখাৰ্থী [সং.] বিণ. সূপ বিচৰা; সূখাভিলাষী; স্ত্ৰী. সুখাথিনী।
seeking happiness. ; seeking happiness.
- সুখাৰ্থীxu.khar.thiVerbal Adj.
সুখ আৰু আনন্দ বিছাৰি ফুৰা লোক।
one who seeks pleasure and happiness.
- সুখীsukhīAdjective
আনন্দিত; সুখত থকা; সুখভাগী
happy; glad.
- সুখীয়াsukhīẏāAdjective
সুখত ডাঙৰ-দীঘল হোৰা; দুখ-বন নকৰা
brought up in plenty; not habituated to do hard work.
- সুখ্যাতxu.khyatProper Adj.
বহুলোকে জনা আৰু সন্মান কৰা
Widely known and esteemed
- সুগঠিতsugaṭhitaAdjective
সুষমভাবে গঠিত; আটিল; সুবলিত
well shaped.
- সুগন্ধময়xu.gon.dho.moyProper Adj.
মিঠা, ভাললগা গোন্ধ থকা বা দিয়া
having or producing a pleasent, sweet smell
- সুগন্ধীxu.gon.dhiProper Adj.
মিঠা, ভাললগা গোন্ধ থকা বা দিয়া
having or producing a pleasent, sweet smell
- সুগমsugamaAdjective
সহজে যাব পৰা; বাধা-বিঘিনি নোহোবাকৈ যাব পৰা
easily passable.