← ফুৰি যাওক

সুকুমাৰ

sukumāra

অৰ্থ

1.

নিচেই কোমল বয়সৰ

very young; of tender age.

বিণ.

2.

লাহৰ (ল'ৰা); স্ত্ৰী. সুকুমাৰী। সুকুমাৰ-মতি বিণ. বুদ্ধি প্ৰখৰ নোবোবা; কোমল-মতি; কোমল মনৰ; বি. সুকুমাৰ-কলা সাহিত্য, সঙ্গীত, চিত্ৰাঙ্কন আদি বিদ্যা; ললিত কলা

fine; delicate. ; tender-minded; impressionable. ; fine arts.

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সুকুমাৰ · অসমীয়া অভিধান