← ফুৰি যাওক

সুখীয়া

sukhīẏā

অৰ্থ

1.

সুখত ডাঙৰ-দীঘল হোৰা; দুখ-বন নকৰা

brought up in plenty; not habituated to do hard work.

বিণ.

2.

আলসুৰা; দুখ-বন কৰিব নোবৰা; eng >delicate./eng>

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সুখীয়া · অসমীয়া অভিধান