সুগন্ধী
xu.gon.dhi
অৰ্থ
1.
মিঠা, ভাললগা গোন্ধ থকা বা দিয়া
having or producing a pleasent, sweet smell
প্ৰকৃত বিশেষণ
সমাৰ্থক শব্দ
2.
ফুল আদিৰ পৰা উলিওৱা এবিধ সুগন্ধী বস্তু ।
an aromatic oily extracts from flowers
বস্তুবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ