কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খৈনীkhoi.niMaterial Noun
ওঁঠ আৰু দাঁতৰ আলুৰ মাজত ভৰাই নিচা কৰিবৰ বাবে লোৱা চূণ আৰু চাধাৰ সংমিশ্ৰণ৷
Dipping tobacco, also known as moist snuff or spit tobacco. It is an acting of dipping or packing a lip with a small clump of tobacoo is 'pinched' out of the tin and placed between the lower lip and the gums. commonly referred to as dip while the act of using it is called dipping or packing . Instead of literally chewing on tobacco,
- খৈয়াkhaiẏāNoun
ভাত-কাপোৰ দি অলপ দিনৰ কাৰণে কাম কৰিবলৈ ৰখা লোক
a temporary menial servant
- খৈৰkhairaNoun
ছিৰলি ছিৰলি পাতেৰে এবিধ ওখ ডাঙৰ গছ [ইয়াৰ এঠা উলিয়াই তামোলৰ লগত খোবা কথ আৰু ৰং আদি তৈয়াৰ কৰে।]
a timber tree; Acacia Catechu
- খো-খোৱাkho`-kho`.waCommon Noun
কথা কওঁতে যাৰ লাগি লাগি ধৰে৷
A person who gets involuntarily interrupted while speaking
- খোঁকkhom̐kaNoun
সৰু খোটালি; চাৰিওফালে বেৰ থকা ঠেক ঠাই
a small room or enclosure; a small place surrounded by walls
- খোঁকাkhom̐kāNoun
দুই মূৰে গাঁঠি থকা এডোখৰ ফোঁপোলা বাঁহৰ এমূৰ গোটা ৰাখি ইমূৰে সৰু সৰুকৈ কাঠী কৰি ফালি তাৰ মুখ বহল আৰু ঘূৰণীয়াকৈ সজা এবিধ মাছ ধৰা যতন; চহৰা
an elongated conical fish-trap made out of a piece of whole bamboo which is kept whole at one end and split into thin strips at the other end which are kept distended with a circular hoof of split bamboo
- খোঁকাউৰিkhom̐kāuriNoun
চৰু আদি তুলি থ'বৰ কাৰণে ওপৰলৈ মুখকৈ মাটিত পুতি লোবা খোঁকাৰ আকৱতিৰ বাঁহৰ যতন
a bamboo contrivance resembling a khokā for placing earthen pots on
- খোঁচNoun
জোঙা বস্ত্তৰে কৰা প্ৰহাৰ; জোঙা মাৰিৰে মৰা ঠেলা
a stab; the thrust of a pointed thing
- খোঁচনি- বিন্ধনিNoun
ফুটনি; ফুটনি-বিন্ধনি; গাৰ ভিতৰত জোঙা অস্ত্ৰেৰে কৰা আঘাতৰ নিচিনা বেদনা
a sharp piercing or painful sensation in the body
- খোঁচনী-মাৰিkhom̐canī-māriNoun
মানুহ খৰি দিওঁতে চিতাত মৰা শ লৰাই দিয়া বাঁহ বা মাৰি
long bamboo pole used in turning a dead body in burning
- খোঁচাkhom̐cāNoun
খোঁচ মৰা কাৰ্য্য
act of thrusting
- খোঁচা-খুঁচিNoun
পৰস্পৰে পৰস্পৰক জোঙা অস্ত্ৰেৰে খুঁচি কৰা যুদ্ধ; ষাঠি আদিৰে কৰা কাজিয়া
a flight with lances or any other such pointed weapon
- খোঁচা-বিন্ধাAbstract Noun
কোনো কাঁইট বা গঁজালে বিন্ধাৰ ফলত হোৱা বিষকৰ অনুভূতি
the painful sensation produced by presence of spike or nail
- খোঁচোনাkhom̐conāNoun
চুৰিয়া বা মেখেলা পিন্ধোতে কঁকালত তাৰ খুঁচি বা গুঁজি সুমুওবা ভাগ; চুৰিয়া মেখেলা কঁকালৰপৰা খহি বা সুলকি নপৰিবলৈ তাৰ যি অংশ কঁকালত গুঁজি খোবা যায়
the part of waist-cloth tucked about the hips to fasten it or keep it tight
- খোঁচৰা-মাৰিkhom̐carā-māriNoun
ওকটা মাৰি; চিৰা, সান্দহ খুন্দোতে খুবলিত ধান- চাউল লৰাই দিয়া বাঁহৰ জোঙা মাৰি বা হুলা
a flat stick for stirring things in the mortar when being pounded
- খোঁটkhom̐ṭaNoun
ঠোঁটৰ দ্বাৰা আঘাত বা প্ৰহাৰ
a stroke with the bill (of a bird)
- খোঁটালিkho`~.ta.liMaterial Noun
ঘৰৰ ভিতৰত বেৰৰে আৱৰা ঠাই ৷
A portion of space within a building or other structure, separated by walls or partitions from other parts.
- খোকোজাkhokojāNoun
খকজা।
- খোখোৰাkhokhorāNoun
জীৰ্ণ; ভগা-ছিগা; যেনে -"হাতত কৰণ্ডী কুশ ছবৰি খোখোৰা ছাতি" (মা. ক., সুন্দৰাকাণ্ড)
damaged; worn out
- খোচkhocaNoun
নাবৰ বিন্ধা বা ফুটা
a hole or opening on the side of a boat