খৈয়া
khaiẏā
অৰ্থ
1.
ভাত-কাপোৰ দি অলপ দিনৰ কাৰণে কাম কৰিবলৈ ৰখা লোক
a temporary menial servant
বি.
2.
আন এজনৰ সলনি কাম কৰিবলৈ নিযুক্ত কৰা লোক
a substitute for a menial servant
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ