← ফুৰি যাওক

খোঁচা

khom̐cā

অৰ্থ

1.

খোঁচ মৰা কাৰ্য্য

act of thrusting

বি.

2.

আনৰ হতুবাই খোঁচ মৰা

to cause to be thrusted

সক. ধা.

3.

ঘৰৰ ছালৰ বিন্ধা মাৰিৰলৈ সুমাই দিয়া খেৰ

thatching grass inserted in the roof of a house to stop a leakage

বি.

4.

লেখা কথাৰ মাজত পাছে সুমাই দিয়া কথা

an interpolation or interlineation

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খোঁচা · অসমীয়া অভিধান