খোঁকাউৰি
khom̐kāuri
অৰ্থ
1.
চৰু আদি তুলি থ'বৰ কাৰণে ওপৰলৈ মুখকৈ মাটিত পুতি লোবা খোঁকাৰ আকৱতিৰ বাঁহৰ যতন
a bamboo contrivance resembling a khokā for placing earthen pots on
বি.
2.
গাঁতৰপৰা মাটি তুলিবলৈ এমূৰ সৰু সৰুকৈ ফালি লোবা বাঁহৰ যতন
a bamboo contrivance for picking up earth from a hole
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ