← ফুৰি যাওক

খোঁচা-বিন্ধা

অৰ্থ

1.

কোনো কাঁইট বা গঁজালে বিন্ধাৰ ফলত হোৱা বিষকৰ অনুভূতি

the painful sensation produced by presence of spike or nail

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খোঁচা-বিন্ধা · অসমীয়া অভিধান