কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
- অনা-চৰকাৰীona.sor.ka.riProper Adj.
কোনো চৰকাৰী বা প্ৰসাশনিক কৰ্ত্তৃত্বৰ অধীনত নোহোৱা
not pertaining to an office or position of duty, trust, or authority
- অনাকটাanākaṭāAdjective
নকটাকৈ তাঁতৰপৰা বৈ উলিওবা।
- অনাকাংক্ষিতo.na.kang.khi.toProper Adj.
যি কাম বা ঘটনা কৰাটো বা ঘটাটো উচিত নহয়৷
Something which is not welcome or acceptable
- অনাক্ষৰo.na.khyorProper Adj.
যি লিখা পঢ়া কৰিব নাজানে৷
unable to read and write
- অনাক্ৰান্তVerbal Adj.
যি আক্ৰান্ত হোৱা নাই
that which is not been affected
- অনাখৰীo.na.kho.riProper Adj.
যি লিখা পঢ়া কৰিব নাজানে৷
unable to read and write
- অনাগতanāgataAdjective
অনুপস্হিত; ভবিষ্যৎ
absent, future
- অনাঘ্ৰাতanāghrātaAdjective
যাৰ গোন্ধ লোবা হোবা নাই
what has not been smelt before
- অনাচাৰীAdjective
দুৰাচাৰী; অধাচাৰী; নিয়ম-নীতি নমনা
violating moral, religious or social rules
- অনাচ্ছাদিতo.nas.sa.ditProper Adj.
কাপোৰ বা আৱৰণ নথকা
without clothes or covering
- অনাতপVerbal Adj.
চাৰিওফালৰ পৰা ঢাকি বা বেৰি ধৰা (আন্ধাৰ)
closed on all sides (darkness)
- অনাত্মাanātmāAdjective
আত্মা ব্যতিৰেক; আত্মাযপৰা পৱথক।
- অনাত্মীয়o.nat.mi.yoProper Adj.
কোনো বংশগত সম্পৰ্ক নথকা বা আত্মীয় নোহোৱা
not having any family relations or not belonging to the same family
- অনাথanāthaAdjective
আশ্ৰয়হীন; নিঃসহায়; ৰখীয়া নথকা; চাওঁতা- চিতোঁতা নথকা; . বি. নিৰাশ্ৰয় লোক
having no protector; helpless ; one having no protector
- অনাথাVerbal Adj.
যি নিজৰ ঘৰ হেৰুৱাইছে, অৰ্থাত্ প্ৰাকৃতিক দুৰ্যোগ বা অন্য কাৰণত যাৰ ঘৰ ধ্বংস হৈছে ৷
one who has lost his home, i.e. home has been destroyed due to natural calamity or other reasons
- অনাথিতিanāthitiAdjective
নিৰাশ্ৰয়; থান-থিত নোহোবা; থিতি নথকা; . যেনে-"হুইবে অনাথিতি শিশু মোহোৰ মৰণে।"
helpless
- অনাদায়anādāẏaAdjective
বাকী; আদায় নোহোবা
unrealized
- অনাদিanādiAdjective
আদি বা উৎপত্তি নথকা; অনেয়ে হোবা; স্বয়ম্ভূ
having no origin or beginning
- অনাদি-অনন্তo.na.di o.non.toAdjective Adj.
বহু কাল ধৰি থকা বা কেতিয়াও শেষ, মৃত্যু নোহোৱা; সময়ে নাইকীয়া কৰিব নোৱৰা৷
something that exists for a long time or something never ending and does not seem to be affected by the passage of time.
- অনাদিকলীয়াProper Adj.
সময়ৰ আৰম্ভণিৰে পৰা বিদ্যমান৷
existing at or from the beginning of time.