অনাদি
anādi
অৰ্থ
1.
আদি বা উৎপত্তি নথকা; অনেয়ে হোবা; স্বয়ম্ভূ
having no origin or beginning
বিণ.
2.
যাৰ আদি (কাৰণ বা পূৰ্ব্ব-কাল) নাই; পৰমেশ্বৰ
God; the uncreated one
বি.
3.
অসংখ্য
countless
বিণ.
4.
আদি-অন্ত নথকা; অসীম
infinite
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ