← ফুৰি যাওক

অনাকাংক্ষিত

o.na.kang.khi.to

অৰ্থ

1.

যি কাম বা ঘটনা কৰাটো বা ঘটাটো উচিত নহয়৷

Something which is not welcome or acceptable

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

2.

আশা কৰা মতে নোহোৱা বা হঠাৎ হোৱা৷

Something that is not expected or sudden.

কৃদন্ত বিশেষণ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অনাকাংক্ষিত · অসমীয়া অভিধান