← ফুৰি যাওক

অনাথিতি

anāthiti

অৰ্থ

1.

নিৰাশ্ৰয়; থান-থিত নোহোবা; থিতি নথকা; . যেনে-"হুইবে অনাথিতি শিশু মোহোৰ মৰণে।"

helpless

বিণ.

2.

থিতি বা স্হিৰ নোহোবা অবস্হা; যেনে-মানুহজনৰ বৰ অনাথিতি হ'ল

helplessness

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অনাথিতি · অসমীয়া অভিধান