অনাত্মা
anātmā
অৰ্থ
1.
আত্মা ব্যতিৰেক; আত্মাযপৰা পৱথক।
বিণ.
2.
অশাশ্বত, মূল্যহীন
that which is different from the self; transitory or worthless
বিণ.
3.
আপোন নোহোবা
not dear like one's own self
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ