কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মৰামূচাmo.ra.mu.saVerbal Adj.
মৰোঁ মৰোঁ হোৱা অৱস্থা
Being on the point of death; breathing your last.
- মৰি থাক্mo.ri thakVerb-Intran.
কোনো জীৱিত বস্তুৰ জৈৱিক কাৰ্যকলাপবোৰ বন্ধ হৈ যোৱা অৱস্থা৷
The termination of all biological functions that sustain a living organism.
- মৰি যাmo.ri jaVerb-Intran.
কোনো জীৱিত বস্তুৰ জৈৱিক কাৰ্যকলাপবোৰ বন্ধ হৈ যোৱা অৱস্থা৷
The termination of all biological functions that sustain a living organism.
- মৰি-পৰিmari-pariAdverb
প্ৰাণ-টাঁকি; প্ৰাণ যোবালৈ ভয় নকৰি
at the risk of life; desperately
- মৰি-মুজিmari-mujiAdverb
প্ৰাণ-টাঁকি; প্ৰাণ যোবালৈ ভয় নকৰি
at the risk of life; desperately
- মৰি-সাজিmari-sājiAdverb
কেইবাটাও ওপজা আৰু মৰাৰ পাছত; যেনে-"মৰি-সা(-হা)জি এটা ল'ৰাহে আছেগৈ।"
- মৰি-হাজিmari-hājiAdverb
কেইবাটাও ওপজা আৰু মৰাৰ পাছত; যেনে-"মৰি-সা(-হা)জি এটা ল'ৰাহে আছেগৈ।"
- মৰিষণ কৰ্mo.ri.xon korVerb-Trans.
কাৰোবাক শাস্তি বা প্ৰতিশোধৰ পৰা ৰেহাই দিয়া
to excuse one from punishment or revenge
- মৰিহজিAdverb
দেহাৰ সৰ্বশক্তি প্ৰয়োগ কৰি।
applying hard work and all mights.
- মৰিয়াmariẏāTransitive verb
মাৰিৰে আঘাত কৰ্; টাঙোনেৰে কোবা; টঙনিয়া
to strike with a stick or club
- মৰোঁ-জীওঁ সোঁ-আধিকৈmo.ro`~-jio`~ xo`~-a.dhi.koiAdverb
দেহাৰ সৰ্বশক্তি প্ৰয়োগ কৰি।
applying hard work and all mights.
- মৰ্marIntransitive verb
প্ৰাণ এৰ্; নিৰ্জ্জীব হ; নাশ হ; অন্ত হ; নথকা হ
to die; to cease to exist
- মৰ্দনmor.donAbstract Noun
ভাঙি টুকুৰা-টুকুৰ কৰি বা অন্য উপায়ে ব্যৱহাৰৰ অনুপযোগী কৰি তোলা কাৰ্য্য।
the act of rendering useless by breaking into pieces or any other means.
- মৰ্দিতVerbal Adj.
মূৰ দোঁৱাই ভৰিত পৰা বা বশ হোৱা।
falling prostrate at the feet.
- মৰ্দ্mardTransitive verb
পটাত বাট্; মোহাৰ্; গুৰি কৰ্; নাশ কৰ্
to grind; to crush; to destroy
- মৰ্দ্দmarddaTransitive verb
পটাত বাট্; মোহাৰ্; গুৰি কৰ্; নাশ কৰ্
to grind; to crush; to destroy
- মৰ্দ্দন কৰ্mor.don korVerb-Trans.
মোহাৰি পেন্দা কৰ্ বা খচি ফেন তোল্।
to work (dough, clay, etc.) into a uniform mixture by pressing, folding, and stretching.
- মৰ্দ্দ্mordVerb-Trans.
মোহাৰি পেন্দা কৰ্ বা খচি ফেন তোল্।
to work (dough, clay, etc.) into a uniform mixture by pressing, folding, and stretching.
- মৰ্মেmor.meAdverb
পৰিস্থিতিয়ে বিছৰা ধৰণে
As circumstances suggest or require
- মৰ্মে মৰ্মেmor.me mor.meAdverb
at or to a considerable extent downward;To a great depth.