← ফুৰি যাওক

মৰ্দিত

অৰ্থ

1.

মূৰ দোঁৱাই ভৰিত পৰা বা বশ হোৱা।

falling prostrate at the feet.

কৃদন্ত বিশেষণ

2.

যাক প্ৰহাৰ কৰা হৈছে।

one who has been stroke repeatedly so as to cause an injury.

কৃদন্ত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ