মৰিয়া
mariẏā
অৰ্থ
1.
মাৰিৰে আঘাত কৰ্; টাঙোনেৰে কোবা; টঙনিয়া
to strike with a stick or club
সক. ধা.
2.
পিতল মৰিয়াই বা খুন্দি পাত্ৰ তৈয়াৰ কৰা এজাতি মুছলমান
a class of Mohammedans in Assam who make brass vessels; a brazier
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ