← ফুৰি যাওকমৰ্দ্দmarddaঅৰ্থ1.পটাত বাট্; মোহাৰ্; গুৰি কৰ্; নাশ কৰ্to grind; to crush; to destroyসক. ধা.সমাৰ্থক শব্দমৰ্দ্ · mard2.দমন কৰ্; বশ কৰ্; হেয়-জ্ঞান কৰ্; . কৱদto subdue; to lowerসক. ধা.সমাৰ্থক শব্দমৰ্দ্ · mardউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ