← ফুৰি যাওক

মৰ্দন

mor.don

অৰ্থ

1.

ভাঙি টুকুৰা-টুকুৰ কৰি বা অন্য উপায়ে ব্যৱহাৰৰ অনুপযোগী কৰি তোলা কাৰ্য্য।

the act of rendering useless by breaking into pieces or any other means.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

বল প্ৰয়োগ কৰি ডাঙৰ টুকুৰাৰ পৰা সৰু সৰু টুকুৰা বা গুড়িলৈ ৰূপান্তৰ কৰ্

to make small pieces or powder from a bigger piece

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

3.

বিষ বা অৱসাদ নিবাৰণৰ বাবে কোনো ব্যক্তিৰ দেহ পিহা কাৰ্য্য

the act of rubbing or kneading somebody's body in order to make the person relax or ease pain

কৃদন্ত বিশেষ্য

4.

মোহাৰি পেন্দা কৰ্ বা খচি ফেন তোল্।

to work (dough, clay, etc.) into a uniform mixture by pressing, folding, and stretching.

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ