← ফুৰি যাওক

মৰ্দ্

mard

অৰ্থ

1.

পটাত বাট্; মোহাৰ্; গুৰি কৰ্; নাশ কৰ্

to grind; to crush; to destroy

সক. ধা.

সমাৰ্থক শব্দ

2.

দমন কৰ্; বশ কৰ্; হেয়-জ্ঞান কৰ্; . কৱদ

to subdue; to lower

সক. ধা.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ