কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চক্ৰীcakrīNoun
চক্ৰধাৰী বিষ্ণু
a name of Viṣṇu
- চঞ্চনীয়াcañcanīẏāAdjective
চনকা; বেগেতে ভগা; মূৰ্মূৰীয়া
easily broken; brittle
- চঞ্চলcañcalaAdjective
লৰচৰ কৰি থকা; লৰি থকা
moving
- চঞ্চলমতিson.sol.mo.tiProper Adj.
আবেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰা অৱস্থা৷
unable to be stationary and focused as very lively and energetic
- চঞ্চলাson.so.laAbstract Noun
আকাশত, ডাৱৰত খন্তেকীয়াকৈ হোৱা বিদ্যুতৰ চমকনি।
a brilliant electric spark discharge in the atmosphere, occurring within a thundercloud, between clouds, or between a cloud and the ground.
- চঞ্চৰcañcaraAdjective
চঞ্চল; যেনে-"বিজুৰী চঞ্চৰ ভয়ো নীল মেঘ" (বৰগীত)।
- চটকদাৰso.tok.darProper Adj.
প্ৰলোভিত কৰিব বা মন মুহিব পৰা|
having an air of allure, romance and excitement.
- চটফটীয়াsot.pho.tiyaProper Adj.
একে ঠাইতে নাথাকি লৰি ধাপৰি ফুৰা৷
Being active and restless.
- চটাcaṭā
দীঘল চেপেটা বস্ত্ত
a long flat piece
- চটা-চটেso.ta-so.teVerbal Adj.
বহুত চটা একেলগে অৰ্থাত্ কেইবাটাও দীঘল, চেপেটা বস্তু একেলগে
many separate pieces of a long, flat thing
- চটাচটcaṭācaṭaAdjective
এচটা এচটা; বেলেগ বেলেগ চটা; বহুত চটা; যেনে -"কাঠডাল ফাটি চটাচট হ'ল"
split into separate pieces (said of a flat thing)
- চটিcaṭiNoun
চাপৰ গোৰোহা লগোবা আৰু গোৰোহাৰ ফালে ঢাকনি নথকা এবিধ জোতা
slipper
- চটীয়াcaṭīẏāAdjective
চেপেটা আৰু দীঘল; যেনে-"চটীয়া খৰি বা বাঁহ"
long and flat
- চটুবাcaṭubāAdjective
চাটুকাৰ; চাটুবা; যেনে-"বুজিলো চটুবা তই ছাড় মোৰ পাশ" (দশম)।
- চট্চটীয়াAdjective
কথকী আৰু চট্চটীয়া
brisk and talkative
- চণ্ডcaṇḍaAdjective
বৰ খঙাল; অলপতে খং উঠা; খিংখিঙীয়া
furious; easily enraged
- চতcataIntransitive verb
কোনো বস্ত্তৰ ওপৰত উঠ; আৰোহণ কৰ্
to mount
- চতুবাcatubāAdjective
চ'ত মাহত ওপজা বা হোবা
born or produced in the month of Caitra
- চতুষ্কোণcatuṣkoṇaAdjective
চাৰি-চুকীয়া; চাৰি কোণ বা চুক থকা
having four angles or corners
- চতুষ্পদcatuṣpadaNoun
চাৰি ঠেং
four legs