চণ্ড
caṇḍa
অৰ্থ
1.
বৰ খঙাল; অলপতে খং উঠা; খিংখিঙীয়া
furious; easily enraged
বিণ.
2.
অলপ বলিয়া; চঁড়; অলপ বুদ্ধি-ভ্ৰম হোবা
crazy
বিণ.
3.
উগ্ৰ; মাৰাত্মক; যেনে-"দিবাক লাগিলা নৱপতিক চণ্ড শাপ" (
বিণ.
4.
ম স্কন্ধ)
fatal; deadly
বিণ.
5.
ভীষণ; যেনে-"মহাচণ্ড নাদ পাষণ্ড বিবাদ" (বঘাসূৰ)
terrible
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ