← ফুৰি যাওক

চটুবা

caṭubā

অৰ্থ

1.

চাটুকাৰ; চাটুবা; যেনে-"বুজিলো চটুবা তই ছাড় মোৰ পাশ" (দশম)।

বিণ.

2.

চাটু কৰ্; ফুচুলা; মিছা প্ৰশংসা বা উৎসাহৰ দ্বাৰা মন ভুলা; যেনে-"ই বৰ চতুবাই জোল খোবা মানুহ"

to induce or make agreeable by flattery; to cajole

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ