কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ল’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- লৌহময়Adjective
লোহাময়; লোহাৰে ভৰা
full of iron
- লৌৱা-লপাlou.wa-lo.paProper Adj.
এজনক এক কথা আৰু আন জনক বিপৰীত কথা কোৱা, এক সময়ত এক আৰু আন সময়ত আন কথা কোৱা ।
Marked by deliberate deceptiveness especially by pretending one set of feelings and acting under the influence of another.
- লড়বড়laṛabaṛaAdjective
লৰচৰ কৰা; অস্হিৰ; যেনে-"কাসে ঢুলঢুলঃ সৰি গৈল চুলঃ লড়বড় কৰে মাথা" (বৰগীত)।
- লয়laẏaNoun
সুৰ আৰু তালৰ সঙ্গতি; গীত-বাদ্যৰ তাল, মান আৰু নাচৰ পৰস্পৰ মিল
harmony in singing and dancing
- লয়হীনloy.hinProper Adj.
যাক ধ্বংস কৰিব নোৱাৰি |
Something which can not be destroyed.
- লৰক-ফৰকlaraka-pharakaAdjective
লৰি থকা; ঢিলা; সোলোক-ঢোলোক
unsteady or loose
- লৰচৰlaracaraNoun
সঞ্চালন; ইফাল-সিফাল
act of moving to and fro
- লৰচৰAdjective
পৰিবৰ্ত্তিত; বিভিন্ন
changing; different
- লৰলৰীয়াlaralarīẏāAdjective
আখৰ; বেছি বয়স হোবাৰ বাবে হাত-ভৰি কঁপা
very old; decrepit
- লৰাlarāTransitive verb
কঁপা; সঞ্চালিত কৰ্; অলপকৈ জোকাৰ বা ঘোঁটা
to shake or move; to stir
- লৰ্larIntransitive verb
জোকাৰ খা; কঁপ্
to move; to be shaken
- লৰ্বাং-তৰ্বাংlarbām-tarbāmAdjective
বিশৱঙ্খল কৰা; ছিন্ন-ভিন্ন; সিঁচৰি- পিচৰি
confused; scattered
- লৰ্বাং-লাখুটিlarbām-lākhuṭiAdjective
বিশৱঙ্খল কৰা; ছিন্ন-ভিন্ন; সিঁচৰি- পিচৰি
confused; scattered
- লৱণাক্তlo.bo.nak.toProper Adj.
নিমখৰ, নিমখ-যুক্ত বা নিমখেৰে সোৱাদ কৰা
Of, containing, or seasoned with salt
- লৱণাত্মকlo.wo.nat.mokProper Adj.
নিমখৰ, নিমখ-যুক্ত বা নিমখেৰে সোৱাদ কৰা
Of, containing, or seasoned with salt
- লৱলেশlo.wo.lexProper Adj.
অলপ পৰিমাণে, সামান্য পৰিমাণে ।
in small numbers or quantities
- ল’ৰামতীয়াlo’’.ra.m.tiyaProper Adj.
irritating stupid like a child