লৰা
larā
অৰ্থ
1.
কঁপা; সঞ্চালিত কৰ্; অলপকৈ জোকাৰ বা ঘোঁটা
to shake or move; to stir
সক. ধা.
2.
সলা; আন প্ৰকাৰৰ কৰ্
to change
সক. ধা.
3.
আন ঠাইলৈ নি
to remove to another place
সক. ধা.
4.
আন ৰকম হোবা; অলপ গেলা (মাছ- মঙহ)
changed; slightly rotten
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ