লৰ্
lar
অৰ্থ
1.
জোকাৰ খা; কঁপ্
to move; to be shaken
অক. ধা.
2.
আগৰ অবস্হা এৰ্; পৰিবৰ্ত্তিত হ; সলনি হ; আন প্ৰকাৰ হ
to be changed
অক. ধা.
3.
অলপ গেল্ (মাছ)
to rot slightly
অক. ধা.
4.
বেগাই যা; ঢাপলি মেল্
to run
অক. ধা.
5.
খোজ ল; এঠাইৰপৰা আন ঠাইলৈ যা
to move
অক. ধা.
6.
শীঘ্ৰ গতি
a run
বি.
7.
প্ৰভেদ
difference
অক. ধা.
8.
বিভিন্ন; অমিল
different
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ