লৰক-ফৰক
laraka-pharaka
অৰ্থ
1.
লৰি থকা; ঢিলা; সোলোক-ঢোলোক
unsteady or loose
বিণ.
2.
অস্হিৰ; অনিশ্চয়; লৰচৰ কৰা; টগৰ-বগৰ
changeful; uncertain; deviating from truth
বিণ.
3.
ইফালৰপৰা সিফাললৈ সঞ্চালন
moving to and fro; shaking
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ