← ফুৰি যাওক

লৰচৰ

laracara

অৰ্থ

1.

সঞ্চালন; ইফাল-সিফাল

act of moving to and fro

বি.

2.

ইফাল-সিফাললৈ যোবা; এঠাইৰপৰা আন ঠাইলৈ যোবা

act of changing place

বি.

3.

পৰিবৰ্ত্তন; সলনি; প্ৰভেদ; অন্যথা; বিভিন্নতা

change; difference

বি.

4.

বিভিন্ন; পৰিবৰ্ত্তিত

changed; different

বিণ.

5.

ঠাই সলোবা বা লৰোবা

moving to another place

বি.

6.

সঞ্চালিত; লৰা

shaking

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

লৰচৰ · অসমীয়া অভিধান