কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
- অজ্ঞেয়বাদীo.gye.yo.ba.diProper Adj.
ভগৱান আছেনে নাই সেই কথা মানুহৰ অজ্ঞাত বুলি বিশ্বাস কৰা ব্যক্তি।
Someone who believes that people cannot know whether God exists or not.
- অজয়ajaẏaNoun
জয়ৰ অভাব; পৰাজয়; পৰাভব
defeat
- অজৰajaraAdjective
বুঢ়া নোহোবা, সদায় ডেকা অবস্হাত থকা; বি. কোতিয়াও বুঢ়া নোহোবা লোক; দেবতা
not subject to the infirmities of old age ; a person free from the infirmities of lod age; a god
- অজৰ-অমৰajara-amaraAdjective
যাৰ জৰা, ব্যাধি আৰু মৱত্যু নাই,
one free from disease and death
- অঞ্জনীয়াañjanīẏāAdjective
অঞ্জনৰ নিচিনা জেউতি বৱদ্ধি কৰা; অন্তৰ- পোহৰকাৰী (প্ৰদীপ)।
- অটব্যAdjective
গহীন; বৰ ডাঠ (হাবি)
dense; wooded
- অটলaṭalaAdjective
তলৰ; স্হিৰ; বিচলিত নোহোবা বা লৰচৰ নকৰা
firm; steady
- অটুটaṭuṭaAdjective
কম নোহোবা; পূৰা
not deficient or wanting; full
- অট্টচেলাইProper Adj.
খাদ্যৰ অভাবত অধিক ক্ষীণ হোৱা ৷
very thin especially from disease or hunger or cold.
- অঠাবৰaṭhābaraAdjective
অনিশ্চয়; অঠিক
uncertain
- অঠাৱৰo.tha.worProper Adj.
নিশ্চয়ৰ অভাৱ; ঠিৰাংকৈ ক’ব নোৱাৰা অথবা সঠিক সিদ্ধান্তত উপনীত হ’ব নোৱৰা|
Lacking or indicating lack of confidence or assurance; not established beyond doubt, still undecided or unknown.
- অঠিকaṭhikaAdjective
ঠিক নোহোবা; অঠাবাৰ; অনিশ্চিত; অনিশ্চয়
uncertain
- অণুমাত্ৰAdjective
অতি অলপ; কিঞ্চিৎ
very small
- অণ্ডজAdjective
[সং.] কণীৰপৰা ওপজা
oviparous
- অণ্ডপ্ৰসৱীon.do.pro.xo.biProper Adj.
কণীৰপৰা জন্ম হোৱা ।
producing young by means of eggs which are hatched after they have been laid by the parents.
- অণ্ডাকাৰAdjective
কণী বা ডিমাৰ গঢ়ৰ; মাজ ডাঙৰ আৰু দুই মূৰ জোঙা আকাৰৰ
egg-shaped
- অণ্ডাকৃতিon.da.kri.tiAdjective Adj.
দেখিবলৈ কণীৰ নিচিনা;কণীৰ আকৃতিৰ ।
The shape of an ellipsoid likewise the shape of an egg.
- অণ্ডাকৱতিAdjective
কণী বা ডিমাৰ গঢ়ৰ; মাজ ডাঙৰ আৰু দুই মূৰ জোঙা আকাৰৰ
egg-shaped
- অতন্দ্ৰatandraAdjective
সজাগ; তন্দ্ৰাহীন; সতৰ্ক; সাবধান
alert; careful; vigilant
- অতন্দ্ৰিতatandritaAdjective
সজাগ; তন্দ্ৰাহীন; সতৰ্ক; সাবধান
alert; careful; vigilant