← ফুৰি যাওক

অজয়

ajaẏa

অৰ্থ

1.

জয়ৰ অভাব; পৰাজয়; পৰাভব

defeat

বি.

2.

যাক জিকিব বা পৰাস্ত কৰিব নোবাৰি; হৰুবাৰ নোবৰা

invincible

বিণ.

3.

অজেয় বীৰ ৰামচন্দ্ৰ।

বি.

4.

বিৰাট ৰজাৰ দেশত অজ্ঞাতবাসত লোবা ভীমৰ গুপ্তনাম।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অজয় · অসমীয়া অভিধান