← ফুৰি যাওক

অণ্ডাকাৰ

অৰ্থ

1.

কণী বা ডিমাৰ গঢ়ৰ; মাজ ডাঙৰ আৰু দুই মূৰ জোঙা আকাৰৰ

egg-shaped

বিণ.

সমাৰ্থক শব্দ

2.

ঘূৰণীয়া

round

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অণ্ডাকাৰ · অসমীয়া অভিধান