← ফুৰি যাওক

অঞ্জনীয়া

añjanīẏā

অৰ্থ

1.

অঞ্জনৰ নিচিনা জেউতি বৱদ্ধি কৰা; অন্তৰ- পোহৰকাৰী (প্ৰদীপ)।

বিণ.

2.

যিজন ভকতে সন্ত্ৰত ন শৰণীয়া মানুহব সদাচাৰ আদি শিকায়

one who trains up a neophyre in Vaisnava sattras of Assam

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ