← ফুৰি যাওক

অণ্ডজ

অৰ্থ

1.

[সং.] কণীৰপৰা ওপজা

oviparous

বিণ.

2.

সাপ, পখী, মাছ, জেঠী আদি কৰি কণীৰপৰা ওপজা জীব।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ