কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- এহতীয়াehatīẏāAdjective
এখন হাত থকা
having one hand only
- এহা-শুধীয়াehā-śudhīẏāAdjective
আশা-শুধীয়া; উদাৰ-চিতীয়া
sincere
- এহাতe.hatProper Adj.
এক হাতৰ সমান দীঘল ৷
one cubit long, as long as one hand.
- এহাশুধীয়াe.ha.xu.dhiyaProper Adj.
অকণো নুলুকুৱাকৈ প্ৰকাশ কৰা (মনৰ ভাৱ)
Saying what one thinks without hiding.
- এহেৰ-তেহেৰehera-teheraAdjective
অ'ৰ ত'ৰ; সম্পৰ্ক নথকা
from here and there; having no concern
- এহেৰুবাeherubāAdjective
আহাৰ মাহত হোবা
born, produced or grown in the month of Aṣāḍha
- এহেৰুৱাe.he.ru.waProper Adj.
আহাৰ মাহত ওপজা বা উৎপন্ন হোৱা।
born or produced in the month of Ashad.
- এড়ীয়াeṛīẏāAdjective
এৰীয়া।
- এৰ'দীয়াera'dīẏāAdjective
এটা ৰ'দতে বা এদিনৰ ৰ'দতে শুকুবা; একে দিনাই শুকুবা
dried in the sun on one and the same day
- এৰদীয়াe.ro.di.yaProper Adj.
এদিনৰ ৰ’দতে শুকোৱা বা একেদিনাই শুকোৱা ৷
dried in the sun on the same day.
- এৰাerāNoun
এৰা।
- এৰা-ধৰাerā-dharāNoun
অঙ্কৰ বিশেষকৈ খাজনাৰ মুঠৰ ভগ্নাংশ বা নিচেই কম ভাগ এৰি দিয়া বা ধৰি লোবা; যেনে-
- এৰা-পৰলীয়াera-po.ro.li.yaVerbal Adj.
পুনৰ ঘূৰি নহাৰ মানসেৰে এৰি যোৱা
left without intending to return or unattended
- এৰীয়াerīẏāAdjective
এৰীয়া।
- এৱম্বিধe.bom.bidhProper Adj.
কোনো মানুহ, জীৱ-জন্তু অথবা আন কোনো বস্তুৰ গুণ, পৰিমাণ আদিৰ কথা উল্লেখ কৰিবলৈ ব্যৱহাৰ হয়| যেনেঃ এনেকুৱা মানুহৰ পৰা উপায় নাই|
Of the kind, character, degree, extent, etc., of that or those indicated or implied.