← ফুৰি যাওক

এৰীয়া

erīẏā

অৰ্থ

1.

এৰীয়া।

বিণ.

সমাৰ্থক শব্দ

2.

এৰি সূতা যেনেকৈ হাতেৰে কাটে সেই নিচিনাকৈ খোলা মুগাৰপৰা হাতে কটা; চোম-পতীয়া মুগা খোলাৰপৰা হাতে কটা

spun from the mugā cocoon

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ