← ফুৰি যাওক

এহতীয়া

ehatīẏā

অৰ্থ

1.

এখন হাত থকা

having one hand only

বিণ.

2.

এহাতৰ সমান দ দীঘল

one cubit deep or long

বিণ.

3.

কেবল এটাৰ হাতেৰে অৰ্থাৎ এটা মানুহে কৰা

done by one person only

বিণ.

4.

খালি এজন মানুহে ব্যবহাৰ কৰা; যেনে-"এহতীয়া বস্ত্ত বহুত দিন যায়; "

used by one person only

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ