কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘জ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- জামু-কলীয়াAdjective
পকা ক'লা-জামু ফলৰ বৰণীয়া; অলপ ৰঙাৰে মিহলি ক'লা বৰণৰ
purple
- জালjālaNoun
জলা; ফুটা; বিন্ধা; যেনে-"কুন্দ্ৰাক্ষৰ জালে ভৈলা ঘৰৰ বাহিৰ" (কুমৰ-হৰণ)।
- জালিকাকাৰja.li.ka.karProper Adj.
জাল সদৃশ, জালেৰে আৱৰা বা জাল-ৰূপী
resembling, covered with, or having the form of a net
- জালিমjālimaAdjective
মতলীয়া যেন হৈ থকা
overexcited or intoxicated
- জালীjālīAdjective
কোমল; পূৰঠ নোহোবা (কোমোবা, তিয়ঁহ আদি)
tender; not mature as the fruit of certain plants
- জালীকটাAdjective
জালৰ দৰে ফুটা থকা
having holes like a network; perforated
- জালুকীয়াAdjective
জালুক দি ৰন্ধা; টেঙা নিদিয়াকৈ অলপ জালুক বা জলা মছলা দি ৰন্ধা
seasoned with black pepper
- জালোবাjālobāAdjective
জালেৰে মাছ ধৰা; জাল বোবা
fishing with nets
- জালোবাইjālobāiAdjective
জালেৰে মাছ ধৰা; জাল বোবা
fishing with nets
- জাহjāha
ঘি গোট খাই থকা শুকান বা পঁচা জেং-জাবৰ
a mass of rubbish
- জাহাজীAdjective
জাহাজ- সম্পৰ্কীয়; জাহাজত থকা
regarding a ship; conveyed in a ship
- জাহিলjāhilaAdjective
মেলেছৰ নিচিনা; মূৰ্খ আৰু অনাচাৰী
illiterate; a savage; not conforming to civilised usages
- জাহিৰjāhiraAdjective
ব্যক্ত; প্ৰকাশিত; সকলোবে জনা
revealed; made known
- জায়মানjay.manAdjective Adj.
অলপতে জন্ম লাভ কৰা বা বিকশিত হোৱা
beginning to exist or develop
- জাৰAdjective
জাৰ গুচাবলৈ ব্যবহাৰ কৰা; যেনে -"জাৰ কাপোৰ"
warm or used in winter
- জাৰ-কুতুবাAdjective
জাৰ-গেনেৰা।
- জাৰ-শোগোনা, জোৰ- গেনেৰাAdjective
জাৰত কোঁচ খাই থকা; জাৰক ভয় কৰি কাম নকৰি বহি থকা
too sensitive to cold; remaining lazy on inactive on account of too much cold
- জাৰকja.rokProper Adj.
খাদ্য হজম কৰাৰ সৈতে জড়িত। যেনে: হজমী শক্তি/ ঔষধ।
connected with digestion of food.
- জাৰজjārajaAdjective
জহৰা
illegitimate
- জাৰণীয়াAdjective
হাবিৰপৰা অনা
collected from the forest, as a medical herb